Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

থিৰুৱনন্তপুৰমত বিভিন্ন আঁচনি আৰু পদক্ষেপৰ শুভাৰম্ভ কৰা কাৰ্যসূচীৰ আভাস শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ

থিৰুৱনন্তপুৰমত বিভিন্ন আঁচনি আৰু পদক্ষেপৰ শুভাৰম্ভ কৰা কাৰ্যসূচীৰ আভাস শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে থিৰুৱনন্তপুৰমত বিভিন্ন আঁচনি আৰু পদক্ষেপৰ শুভাৰম্ভ কৰা কাৰ্যসূচীৰ আভাস শ্বেয়াৰ কৰিছে।

এক্সৰ এলানি পোষ্টত শ্ৰী মোদীয়ে কয়;

‘থিৰুৱনন্তপুৰমত বিভিন্ন আঁচনি আৰু পদক্ষেপৰ শুভাৰম্ভ কৰা কাৰ্যসূচীত সমগ্ৰ দেশতে নগৰীয়া আন্তঃগাঁথনি উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰা হয়।’

‘পিএম স্বনিধিৰ অধীনত ক্ৰেডিট কাৰ্ডৰ শুভাৰম্ভ আৰু ঋণ বিতৰণে জনসাধাৰণক সবলীকৰণ কৰাৰ লগতে তেওঁলোকৰ বাবে উন্নত মানৰ জীৱন নিশ্চিত কৰাৰ বাবে আমাৰ প্ৰচেষ্টাক গতি প্ৰদান কৰিছে।’

‘ধন্যবাদ থিৰুৱনন্তপুৰম!

এই শক্তি আৰু স্পন্দন অতুলনীয় আছিল।’

*****

MJPS/ST/DD