পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰ্কলাৰ শিৱগিৰি মটত শ্ৰী নাৰায়ণ ধৰ্মসংঘম ট্ৰাষ্টৰ সৈতে জড়িত স্বামীসকলক সাক্ষাৎ কৰে।
মত-বিনিময়ৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সমাজ সেৱা, শিক্ষা, আধ্যাত্মিকতা আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত স্বামীসকলে কৰা নিষ্ঠাবান কামৰ শলাগ লোৱাৰ লগতে তেওঁলোকৰ প্ৰচেষ্টাই ভাৰতৰ সামাজিকতন্ত্ৰত স্থায়ী অৱদান আগবঢ়োৱা বুলি উল্লেখ কৰে।
তেওঁ কয় যে শ্ৰী নাৰায়ণ গুৰুৰ কালজয়ী আদৰ্শ শিপাই থকা ট্ৰাষ্টে গ্ৰহণ কৰা পদক্ষেপে সমগ্ৰ সমাজত সমতা, সম্প্ৰীতি আৰু মৰ্যাদাৰ প্ৰসাৰ ঘটাই আহিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;
‘শ্ৰী নাৰায়ণ ধৰ্মসংঘম ট্ৰাষ্ট, শিৱগিৰি মট, ভাৰ্কলাৰ সৈতে জড়িত স্বামীসকলক লগ পালোঁ।সমাজ সেৱা, শিক্ষা, আধ্যাত্মিকতা আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত তেওঁলোকে কৰা নিষ্ঠাবান কামে আমাৰ সামাজিক তন্ত্ৰত স্থায়ী অৱদান আগবঢ়াইছে।
শ্ৰী নাৰায়ণ গুৰুৰ কালজয়ী আদৰ্শ শিপাই থকা তেওঁলোকৰ প্ৰচেষ্টাই আছে সমগ্ৰ সমাজত সমতা, সম্প্ৰীতি আৰু মৰ্যাদাৰ প্ৰসাৰৰ ঘটাই আছে।”
Met Swamis associated with the Sree Narayana Dharma Sanghom Trust, Sivagiri Mutt, Varkala. Their dedicated work in the fields of social service, education, spirituality and community welfare has made a lasting contribution to our social fabric.
Rooted in the timeless ideals of… pic.twitter.com/QsxEOh553n
— Narendra Modi (@narendramodi) January 23, 2026
******
MJPS/ST/DM

വർക്കല ശിവഗിരി മഠത്തിലെ ശ്രീനാരായണ ധർമസംഘം ട്രസ്റ്റുമായി ബന്ധപ്പെട്ട സ്വാമിമാരുമായി കൂടിക്കാഴ്ച നടത്തി. സാമൂഹ്യസേവനം, വിദ്യാഭ്യാസം, ആത്മീയത, സാമൂഹ്യക്ഷേമം എന്നീ മേഖലകളിൽ അവർ നടത്തുന്ന അർപ്പണബോധമുള്ള പ്രവർത്തനങ്ങൾ നമ്മുടെ സാമൂഹ്യഘടനയ്ക്ക് അനശ്വരമായ സംഭാവനകൾ നൽകിയിട്ടുണ്ട്.… pic.twitter.com/Ym1jG6CnFf
— Narendra Modi (@narendramodi) January 23, 2026