পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰীয়ে থিৰু আৰ নাল্লাকান্নুৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ তৃণমূল পৰ্যায়ৰ লোকৰ সৈতে থকা সংযোগ আৰু অভাৱগ্ৰস্ত লোকসকলৰ কণ্ঠক গুৰুত্বপূৰ্ণ কৰি তোলাৰ বাবে কৰা অক্লান্ত প্ৰচেষ্টাৰ বিষয়ে আলোকপাত কৰিছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে থিৰু আৰ নাল্লাকান্নুক সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে বহুলভাৱে সন্মান কৰিছিল আৰু তেওঁৰ সৰলতা আছিল উল্লেখযোগ্য। প্ৰধানমন্ত্ৰীয়ে কয যে এই সময়ছোৱাত তেওঁৰ ভাবনা নাল্লাকান্নুৰ পৰিয়াল তথা গুণমুগ্ধসকলৰ সৈতে আছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে ;
“থিৰু আৰ নাল্লাকান্নুক তেওঁৰ তৃণমূল পৰ্যায়ৰ সংযোগ আৰু অভাৱগ্ৰস্ত, শ্ৰমিক আৰু কৃষকৰ কণ্ঠক গুৰুত্বপূৰ্ণ কৰি তোলা প্ৰচেষ্টাৰ বাবে স্মৰণীয় হ’ব। সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকে তেওঁক বহুলভাৱে সন্মান কৰিছিল। সমানেই উল্লেখযোগ্য আছিল তেওঁৰ সৰলতা। মোৰ ভাবনা তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ সৈতে আছে ।”
Thiru R. Nallakannu will be remembered for his grassroots connect and efforts to give voice to the underprivileged, workers and farmers. He was widely respected by people from every section of society. Equally noteworthy was his simplicity. My thoughts are with his family and…
— Narendra Modi (@narendramodi) February 25, 2026
****
MJPS/PKK/DM

திரு நல்லகண்ணு அவர்கள் அடித்தட்டு மக்களுடனான தொடர்புக்காகவும், உரிமை மறுக்கப்பட்டோர், தொழிலாளர்கள் மற்றும் விவசாயிகளுக்காகக் குரல் கொடுக்கும் முயற்சிகளுக்காகவும் நினைவுகூரப்படுவார். சமூகத்தின் அனைத்துப் பிரிவு மக்களாலும் அவர் பெரிதும் மதிக்கப்பட்டார். அவரது எளிமையும் அதே…
— Narendra Modi (@narendramodi) February 25, 2026