পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলীৰ পবিত্ৰ ক্ষণত দেশবাসীলৈ শুভেচ্ছা জনাইছে।
টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয়, “দীপাৱলীৰ পবিত্ৰ ক্ষণত দেশৰ প্ৰতিগৰাকী নাগৰিকলৈ আন্তৰিক শুভকামনা জনালোঁ।”

दीपावली के पावन पर्व पर सभी देशवासियों को हार्दिक शुभकामनाएं।#HappyDiwali to everyone!
***
AKT/NT/DB
दीपावली के पावन पर्व पर सभी देशवासियों को हार्दिक शुभकामनाएं। #HappyDiwali to everyone! pic.twitter.com/pFQe9rYrSg
— Narendra Modi (@narendramodi) October 19, 2017