Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশবাসীক মিলাড-উন-নবীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীক মিলাড-উন-নবী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয়,” মিলাড-উন-নবীৰ শুভেচ্ছা জ্ঞাপন কৰিলো৷ ধৰ্মযাজক মহম্মদৰ চিন্তাধাৰাৰদ্বাৰা অনুপ্ৰাণিত হৈ এই দিনটোৱে সমাজত শান্তি-সম্প্ৰীতিৰ এনাজৰী কটকটীয়া কৰিব৷ আশা কৰো চৌদিশে শান্তি বিৰাজ কৰক৷”

********

VRRK/KP/MS