Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশবাসীক লোহৰি উৎসৱৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক লোহৰি উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়—‘লোহৰি উৎসৱৰ এই পবিত্ৰ ক্ষণত দেশবাসীলৈ মই শুভেচ্ছা জনাইছো৷ এই বিশেষ উৎসৱে আমাৰ সমাজলৈ আনন্দ-উল্লাস আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলি আশা কৰিছো৷’

AKT/HS/MS