Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ধনটেৰাছ উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধনটেৰাছ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “ধনটেৰাছৰ পবিত্ৰক্ষণত দেশবাসীক আন্তৰিক শুভকামনা জনাইছো৷ ভগৱান ধনন্তৰিয়ে আমাক সকলোকে সুখ, সমৃদ্ধি আৰু সু-স্বাস্থ্য প্ৰদান কৰে, তাকে কামনা কৰিছো৷”

***

AKT/KP/DB