পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ধনতেৰছ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে।
এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোলৈকে ধনটেৰছৰ শুভকামনা জনালোঁ। এই দিনটো সকলোৰ বাবে সুখময়, সু-স্বাস্থ্য আৰু সমৃদ্ধিশালী হৈ পৰক, তাকে কামনা কৰিলো।”
***
AKT/NT/DB
धनतेरस की हार्दिक शुभकामनाएं। Dhanteras greetings to everyone. May this day bring happiness, good health and prosperity in everyone's lives.
— Narendra Modi (@narendramodi) October 17, 2017