Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ধৰ্মগুৰু দালাই লামাক ৮৯সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮৯সংখ্যক জন্মদিন উপলক্ষে ধৰ্মগুৰু দালাই লামাক শুভেচ্ছা জ্ঞাপন কৰিছে৷ শ্ৰী মোদীয়ে ধৰ্মগুৰু দালাই লামাৰ আঠু অস্ত্ৰোপচাৰৰ আশু আৰোগ্য কামনা কৰে৷ তেওঁ ধৰ্মগুৰু দালাই লামাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে৷

টুইটাৰৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“ধৰ্মগুৰু@DalaiLamaৰ ৮৯সংখ্যক জন্মদিন উপলক্ষে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷ আঠু অস্ত্ৰোপচাৰৰ আশু আৰোগ্য, সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ৷

***

DS/ST/DB