প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত দ্বাদশ ব্ৰিকছ পাৰ্লিয়ামেণ্টৰী ফ’ৰাম ২০২৬ৰ সময়ছোৱাত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ সাংসদবৰ্গৰ সৈতে এক সুন্দৰ মত বিনিময় অনুষ্ঠানত মিলিত হয়।
সাক্ষাৎকাৰৰ সময়ত প্ৰধানমন্ত্ৰী আৰু আমন্ত্ৰিত সংসদীয় প্ৰতিনিধিসকলে বিভিন্ন বিষয়ৰ ওপৰত নিজ নিজ দৃষ্টিভংগী আৰু মতামত বিনিময় কৰে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কয়ঃ
“দিল্লীত অনুষ্ঠিত দ্বাদশ ব্ৰিকছ পাৰ্লিয়ামেণ্টৰী ফ’ৰাম ২০২৬ৰ সময়ছোৱাত ব্ৰিকছ ৰাষ্ট্ৰসমূহৰ সাংসদবৰ্গৰ সৈতে এক সুন্দৰ মত বিনিময় হয়। আমি বিভিন্ন বিষয়ত দৃষ্টিভংগী বিনিময় কৰিলোঁ।”
Had a wonderful interaction with MPs from BRICS nations during the 12th BRICS Parliamentary Forum 2026 being held in Delhi. We exchanged perspectives on a wide range of issues. https://t.co/a1aG8P7vny
— Narendra Modi (@narendramodi) October 26, 2026
****
MJPS/SS/PRK/DB