Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নভৰে উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰে্দ্ৰ মোদীয়ে নভৰে উপলক্ষে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “সকলোকে নভৰেৰ শুভেচ্ছা জনাইছো। নতুন বছৰৰ আৰম্ভণীতে মই সকলোৰে জীৱনত অপৰিসীম সুখ, সমৃদ্ধি আৰু সু-স্বাস্থ্যৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। প্ৰতিগৰাকী ভাৰতীয়ই কাশ্মীৰী পণ্ডিতসকলৰ চহকী সংস্কৃতিক লৈ গৌৰৱ অনুভৱ কৰে।”

***

AKT/SH/AK/DB