Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যবাসীলৈ জনালে শুভেচ্ছা


আজি নাগালেণ্ডৰ ৰাজ্যিক দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যবাসীলৈ শুভেচ্ছা জনাইছে।

প্ৰধানমন্ত্ৰীয়ে কয়, “নাগালেণ্ডৰ ৰাজ্যিক দিৱসত মই ৰাজ্যখনৰ মোৰ ভাই-ভনীসকলক আন্তৰিক শুভেচ্ছা জনাইছো। মহান সংস্কৃতিৰ বাবে বিখ্যাত এইখন ৰাজ্য। নাগালেণ্ডৰ জনসাধাৰণ অতি সহানুভূতিশীল আৰু সাহসী। অনাগত সময়ছোৱাত নাগালেণ্ডে প্ৰগতিৰ শিখৰলৈ আগবাঢ়ক, তাৰেই কামনা কৰিছো।“

 

***

VRRK/KP/RD