প্ৰধানমন্ত্ৰীয়ে আজি সংসদ আৰু ৰাজ্যিক বিধান সভাত মহিলাসকলৰ অধিক ৰাজনৈতিক প্ৰতিনিধিত্ব নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে চৰকাৰৰ অটল সংকল্প পুনৰ নিশ্চিত কৰে।
সংসদৰ আগন্তুক বিশেষ অধিৱেশনৰ পূৰ্বে সামাজিক মাধ্যমৰ মঞ্চ ‘এক্স’ (X)-ত এটা ভিডিঅ’ বাৰ্তা শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে মহিলা সংৰক্ষণৰ আকাংক্ষা দশক দশক ধৰি চলি আহিছে আৰু সমগ্ৰ দেশৰ অগণন মহিলাই চিঠি-পত্ৰ তথা ব্যক্তিগত মত-বিনিময়ৰ জৰিয়তে এই কথা প্ৰকাশ কৰি আহিছে। তেওঁ গুৰুত্ব আৰোপ কৰে যে চৰকাৰৰ এই সংকল্প দৃঢ় হৈ আছে আৰু ইয়াৰ আঁৰত দেশজুৰি থকা ‘নাৰী শক্তি’ৰ সমৰ্থন আছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ
‘আমি আমাৰ নাৰী শক্তিক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ’
We had made a promise to our Nari Shakti and we remain committed to fulfilling it… https://t.co/ZT3TK71Psh
— Narendra Modi (@narendramodi) November 28, 2026
https://x.com/narendramodi
We had made a promise to our Nari Shakti and we remain committed to fulfilling it… https://t.co/ZT3TK71Psh
— Narendra Modi (@narendramodi) November 28, 2026
****
NKRM/SS/SS/MK
We had made a promise to our Nari Shakti and we remain committed to fulfilling it... https://t.co/ZT3TK71Psh
— Narendra Modi (@narendramodi) November 28, 2026