Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অলিম্পিকৰ সপোনে কেনেদৰে সমগ্ৰ ভাৰতৰ মহিলাসকলৰ বাবে নতুন সুযোগ মুকলি কৰিব পাৰে সেই বিষয়ত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ এটা প্ৰবন্ধ শ্বেয়াৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেডমিণ্টন তাৰকা খেলুৱৈ পি ভি সিন্ধুৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰে, য’ত অলিম্পিকৰ সপোনে কেনেদৰে সমগ্ৰ ভাৰতৰ মহিলাসকলৰ বাবে নতুন সুযোগ মুকলি কৰিব পাৰে সেই বিষয়ত আলোকপাত কৰা হৈছে।

শ্ৰীমতী সিন্ধুৱে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰ বাবে ভাৰতৰ উচ্চাকাংক্ষাই কেনেদৰে ক্ৰীড়াত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰে আৰু তৃণমূল পৰ্যায়ৰ আন্তঃগাঁথনি শক্তিশালী কৰা তথা বিত্তীয় স্বাধীনতাৰ পথ সৃষ্টি কৰাৰ লগতে অস্মিতা(ASMITA)ৰ দৰে উদ্যম তথা ভৱিষ্যৎ প্ৰজন্মৰ মহিলা খেলুৱৈসকলক অনুপ্ৰাণিত কৰাত ক্ৰীড়া সাফল্যৰ ভূমিকাতো গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত পোষ্ট কৰিছেঃ

“অলিম্পিকৰ সপোনে সমগ্ৰ ভাৰতৰ মহিলাসকলৰ বাবে নতুন সুযোগ মুকলি কৰিব পাৰে।

বেডমিণ্টন তাৰকা @Pvsindhu1 য়ে ২০৩৬ চনৰ অলিম্পিক আয়োজন কৰাৰ ভাৰতৰ উচ্চাকাংক্ষাই কেনেদৰে ক্ৰীড়াত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰিব পাৰে, তৃণমূল পৰ্যায়ৰ আন্তঃগাঁথনি শক্তিশালী কৰিব পাৰে আৰু বিত্তীয় স্বাধীনতাৰ পথ সৃষ্টি কৰিব পাৰে সেই বিষয়ে প্ৰকাশ কৰিছে।

তেওঁ অস্মিতা(ASMITA)ৰ দৰে উদ্যম আৰু ভৱিষ্যৎ প্ৰজন্মৰ মহিলা খেলুৱৈসকলক অনুপ্ৰাণিত কৰাৰ ক্ষেত্ৰত ক্ৰীড়া সাফল্যৰ ভূমিকা সন্দৰ্ভতো আলোকপাত কৰে।

https://www.hindustantimes.com/opinion/india-hosting-the-olympics-will-empower-its-women-101795631127186.html

***

NKRM/SS/SS/NB