Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

ভাৰতৰ সংবিধানৰ অনন্যতা আৰু সামাজিক তথা অৰ্থনৈতিক ন্যায়ৰ দিশত কৰা প্ৰয়াসত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ অ’পএড (OpEd) শ্বেয়াৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ সংবিধান আৰু সংবিধান সভাৰ অনন্যতা তথা ভাৰতৰ সংবিধান কেনেদৰে তেওঁৰ যাত্ৰাৰ এটা অবিচ্ছেদ্য অংশ সেই বিষয়ে আলোকপাত কৰি তেওঁৰ দ্বাৰা লিখিত অ’পএড(OpEd) পৃষ্ঠা শ্বেয়াৰ কৰে।

প্ৰবন্ধটোত প্ৰধানমন্ত্ৰীয়ে সামাজিক আৰু অৰ্থনৈতিক ন্যায় বৃদ্ধিৰ দিশত কৰা প্ৰয়াসৰ বিষয়ে আলোকপাত কৰে।

এক্স-ত প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰিছেঃ

“এই অ’পএড(OpEd)ত, মই তলত উল্লেখ কৰা বিষযয়বোৰ‌ত আলোকপাত কৰিছোঁঃ

আমাৰ সংবিধান আৰু সংবিধান সভাৰ অনন্যতা।

ভাৰতৰ সংবিধান কেনেদৰে মোৰ যাত্ৰাৰ  এটা অবিচ্ছেদ্য অংশ।

এন ডি এ চৰকাৰে কেনেদৰে সংবিধানক শক্তিশালী কৰিছে।

সামাজিক আৰু অৰ্থনৈতিক ন্যায় বৃদ্ধিৰ দিশত প্ৰচেষ্টা।

ইয়াৰ উপৰি মই আলোকপাত কৰিছোঁঃ

৫ দশক ধৰি দেশ শাসন কৰা লোকসকলে কেনেদৰে সংবিধান উলংঘা কৰিছিল।

কেনেদৰে এটা দল বিৰোধ পক্ষৰ পৰা অৱৰোধ পক্ষলৈ পৰিৱৰ্তিত হৈছে।

English – nm-4.com/PxXR6o

हिन्दी – nm-4.com/HbHegQ”

****

NKRM/SS/SS/NB