Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নিঃস্বাৰ্থ সেৱাৰ মনোভাবত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে স্বাৰ্থহীন কাম হৈছে মানৱতাৰ সৰ্বশ্ৰেষ্ঠ শক্তি। তেওঁ উল্লেখ কৰে যে এই সেৱা আৰু নিষ্ঠাৰ মনোভাবেৰে ৰাষ্ট্ৰখনে প্ৰতিজন নাগৰিকৰ জীৱন উন্নত কৰাৰ সংকল্প লৈ আগবাঢ়ি আছে।

প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে-

“हितं यत्सर्वभूतानामात्मानश्च सुखावहम्।

तत्कुर्यादीश्वरे ह्येतन्मूलं सर्वार्थसिद्धये।। ”

এই হিতোপদেশেৰ কৈছে যে সকলো জীৱৰ বাবে উপকাৰী আৰু নিজৰ আত্মাত শান্তি কঢ়িয়াই অনা কামবোৰহে কৰিব লাগে। ই হৈছে ঈশ্বৰৰ ওচৰত প্ৰকৃত আত্মসমৰ্পণ, কিয়নো এই পথ হৈছে সকলো মানৱীয় প্ৰচেষ্টা আৰু আধ্যাত্মিক প্ৰাপ্তিৰ মৌলিক আধাৰ।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘স্বাৰ্থহীন কাম হৈছে মানৱতাৰ আটাইতকৈ ডাঙৰ শক্তি। সেৱা আৰু নিষ্ঠাৰ এই মনোভাৱেৰে আমি সকলোৰে জীৱন উন্নত কৰাৰ সংকল্প লৈ আগবাঢ়িছো।

हितं यत्सर्वभूतानामात्मानश्च सुखावहम् ।

तत्कुर्यादीश्वरे ह्येतन्मूलं सर्वार्थसिद्धये ।।’

 

निःस्वार्थ कर्म ही मानवता की सबसे बड़ी शक्ति है। हम सेवा और समर्पण के इसी भाव के साथ हर किसी के जीवन को बेहतर बनाने का संकल्प लेकर आगे बढ़ रहे हैं।

हितं यत्सर्वभूतानामात्मानश्च सुखावहम् ।

तत्कुर्यादीश्वरे ह्येतन्मूलं सर्वार्थसिद्धये ।। pic.twitter.com/VDRp5sdvVg

— Narendra Modi (@narendramodi) July 10, 2026

 

***

MJPS/SS/ST/HS