Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতা

নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতা


আজি পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত ৭, লোক কল্যাণ মাৰ্গত নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হয়।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰি লিখিছে :

“পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত, ৭, লোক কল্যাণ মাৰ্গত  চিচিএছৰ এখন বৈঠকত অধ্যক্ষতা কৰোঁ।”

 

***

MJPS/VJ