পি এম ইণ্ডিয়া
|
ক্ৰ.নং |
চুক্তি শিৰোনাম |
নেপালৰ স্বাক্ষৰকাৰী |
ভাৰতৰ স্বাক্ষৰকাৰী |
|
১. |
নেপালত ৫০,০০০ গৃহ পুনৰ নিৰ্মাণৰ বাবে ভাৰতৰ গৃহ অনুদান ব্যৱহাৰ সম্পৰ্কীয় নীতি নিৰ্দেশিকা চুক্তি |
বিত্ত মন্তালয়ৰ সচিব শ্ৰী শান্তা ৰাজ সুবেদি |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বৈদেশিক সচিব শ্ৰী এছ. জয়শংকৰ |
|
২. |
নেপালৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত শিক্ষাখণ্ডৰ পুনৰ নিৰ্মাণৰ বাবে ভাৰতে আগবঢ়োৱা অনুদান কাৰ্যকৰীকৰণ সম্পৰ্কীয় চুক্তি |
বিত্ত মন্তালয়ৰ সচিব শ্ৰী শান্তা ৰাজ সুবেদি |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বৈদেশিক সচিব শ্ৰী এছ. জয়শংকৰ |
|
৩. |
নেপালৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত সাংস্কৃতিক ঐতিহ্য থকা খণ্ডৰ পুনৰ নিৰ্মাণৰ বাবে ভাৰতে আগবঢ়োৱা অনুদান কাৰ্যকৰীকৰণ সম্পৰ্কীয় চুক্তি |
বিত্ত মন্তালয়ৰ সচিব শ্ৰী শান্তা ৰাজ সুবেদি |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বৈদেশিক সচিব শ্ৰী এছ. জয়শংকৰ |
|
৪. |
নেপালৰ ভূমিকম্পত ক্ষতিগ্ৰস্ত স্বাস্থ্যখণ্ডৰ পুনৰ নিৰ্মাণৰ বাবে ভাৰতে আগবঢ়োৱা অনুদান কাৰ্যকৰীকৰণ সম্পৰ্কীয় চুক্তি |
বিত্ত মন্তালয়ৰ সচিব শ্ৰী শান্তা ৰাজ সুবেদি |
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বৈদেশিক সচিব শ্ৰী এছ. জয়শংকৰ |
|
৫. |
এছিয়া উন্নয়ন বেংকৰ দক্ষিণ এছিয়া আঞ্চলিক অর্থনৈতিক সহযোগিতা ব্যৱস্থাৰ অধীনত পথ সংযোগী প্রকল্পত (দ্বিতীয় পৰ্যায়ৰ আর্থিক সাহাৰ্য) ভাৰত চৰকাৰৰ আর্থিক সাহাৰ্যত মেচি সেঁতু নির্মাণ প্রকল্পৰ ৰূপায়ণ, ব্যয়ৰ অংশীদাৰিত্ব, সময়সূচী আৰু ৰক্ষাকবচ সম্পৰ্কীয় বুজাবুজি চুক্তি |
আন্তঃগাঁথনি আৰু পৰিবহণ মন্ত্ৰালয়ৰ সচিব শ্ৰী দেৱেন্দ্ৰ কাৰ্কী |
পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ সচিব শ্ৰী যুদ্ধবীৰ সিং মালিক |
|
৬. |
মাদক দ্ৰব্যৰ চাহিদা হ্ৰাস আৰু অবৈধ মাদক দ্ৰব্য সৰবৰাহ ৰোধ, চাইক্ৰটিপক পদাৰ্থ আৰু ৰাসায়নিক আৰু অন্যান্য দিশৰ বুজাবুজি চুক্তি স্বাক্ষৰ |
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী লোক দৰ্শন ৰেগমি |
বিত্ত মন্ত্ৰালয়ৰ ৰাজহ সচিব, শ্ৰী হশমুখ আধিয়া |
|
৭. |
মানক আৰু মান বিষয়ক পৰ্যালোচনাৰ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি |
নেপাল ব্যুৰ’ অৱ ষ্টেণ্ডাৰ্ড এণ্ড মেট্ৰ’ল’জী শ্ৰী বিশ্ব বাবু পুডাছাইনী |
ভাৰতীয় মানক ব্যুৰ’ৰ সঞ্চালক প্ৰধান শ্ৰী সঞ্জয় সিং |
|
৮. |
ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠান আৰু নেপালৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠানৰ মাজত বুজাবুজি চুক্তি |
নেপালৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠানৰ অ্ধ্যক্ষ শ্ৰী প্ৰকাশ জে, থাপা |
ভাৰতীয় চাৰ্টাৰ্ড একাউণ্টেণ্ট প্ৰতিষ্ঠানৰ অধ্যক্ষ শ্ৰী নিলেশ এছ. বিকামছে |
***
AKT/SH/SBP/SK/DB