Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নৌ সেনা দিৱসত নৌ বাহিনীক ছেল্যুট প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৌ সেনা দিৱস উপলক্ষে নৌ বাহিনীৰ জোৱানসকলক ছেল্যুট জনাইছে৷

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “নৌ সেনা দিৱসত আমি আমাৰ সাহসী নৌ সেনা জোৱানসকলক ছেল্যুট জনাইছো৷ তেওঁলোকৰ মুল্যবান সেৱা আৰু ত্যাগে আমাৰ দেশখনক শক্তিশালী আৰু নিৰাপদে ৰাখিছে৷”

****

VRRK/KP/DB