পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৰৱেৰ মহামহিম ৰজা পঞ্চম হেৰাল্ডৰ বিয়োগত শোক প্ৰকাশ কৰে। চলিত বৰ্ষৰ আৰম্ভণিতে নৰৱে ভ্ৰমণৰ সময়ত মহামহিমগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ কথা মনত পেলাই শ্ৰী মোদীয়ে নৰৱেৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰখনৰ প্ৰতি থকা তেওঁৰ আন্তৰিক আৰু গভীৰ সেৱাৰ মনোভাবক স্মৰণ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰে;
“নৰৱেৰ মহামহিম ৰজা পঞ্চম হেৰাল্ডৰ মৃত্যুত গভীৰভাৱে মৰ্মাহত।
চলিত বৰ্ষৰ আৰম্ভণিতে নৰৱে ভ্ৰমণৰ সময়ত মহামহিমগৰাকীক লগ পোৱাৰ কথা মই মনত পেলাইছোঁ আৰু তেওঁৰ আন্তৰিকতা তথা ৰা্ষ্ট্ৰখনৰ প্ৰতি থকা গভীৰ সেৱাৰ মনোভাৱে মোক গভীৰভাৱে আপ্লুত কৰিছিল।
ৰাজপৰিয়াল আৰু নৰৱেৰ জনসাধাৰণলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ।”
Deeply saddened by the passing of His Majesty King Harald V of the Kingdom of Norway.
I fondly recall meeting His Majesty during my visit to Norway earlier this year and was deeply touched by his warmth and profound sense of service to his nation.
My heartfelt condolences to… pic.twitter.com/PtySMBSVz4
— Narendra Modi (@narendramodi) August 28, 2026
***
MJPS/SS/VJ/KD