Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নৱৰোজ উপলক্ষে দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰোজ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷

এক শুভেচ্ছা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, নৱৰোজ মোবাৰক! শান্তি আৰু সমৃদ্ধিৰে ভৰা এক বছৰৰ বাবে প্ৰাৰ্থনা জনালো৷ প্ৰত্যেকই সুখী হোৱাৰ লগতে এক সুস্থ স্বাস্থ্যৰ গৰাকী হওক, তাৰে কামনা কৰিলো৷

*****

AKT/KP/DB