Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পণ্ডিত মদন মোহন মালব্যৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পণ্ডিত মদন মোহন মালব্যৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

‘‘মহামানৱ গৰাকীক আজি তেওঁৰ জয়ন্তীত সোঁৱৰণ কৰিছোঁ৷ স্বাধীনতা আন্দোলন আৰু শিক্ষাৰ প্ৰসাৰত তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

***

AKT/ VJ/MANN