Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পানী সংৰক্ষণৰ প্ৰতি পুনৰ অংগীকাৰবদ্ধ প্ৰধানমন্ত্ৰী


“জল শক্তিৰ গুৰুত্বক প্ৰতিফলিত কৰাৰ বাবেই বিশ্ব জল দিৱস উদযাপন কৰা হয় আৰু ই পানী সংৰক্ষণৰ দিশত আমাক পুনৰ অংগীকাৰবদ্ধ কৰে।

যেতিয়া পানী সংৰক্ষণ হয়, তেতিয়া আমাৰ চহৰ, গাওঁ আৰু কঠোৰ পৰিশ্ৰম কৰা কৃষকসকল ব্যাপক হাৰত লাভান্বিত হয়।” বিশ্ব জল দিৱসত এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে।

***

AKT/ VJ/DB