Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুনেত এটা নিৰ্মীয়মান ভৱন ভাগি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শো


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনেত এটা নিৰ্মীয়মান ভৱন ভাগি প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷
টুইটযোগে প্ৰধানমন্ত্ৰীj কাৰ্যালয়ে কয়,
“পুনেত এটা নিৰ্মীয়মান ভনত সংঘটিত দুৰ্ঘটনাক লৈ অতিশয় দুঃখিত হৈছো৷ মই দুৰ্ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰিলো৷ প্ৰধানমন্ত্ৰী @narendramodi”

***
 

DS/AK/DB