Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুৰুষৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টাদশ এছিয়ান গেমছৰ পুৰুষৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ জয় কৰা নীৰজ চোপ্ৰাক অভিনন্দন জ্ঞাপন কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয়, “নীৰজ চোপ্ৰা খেলপথাৰত নামিলে, তেওঁৰ পৰা আমি সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন আশা কৰো৷ এই উদীয়মান তাৰকাগৰাকীয়ে পুৰুষৰ জেভেলিন থ্ৰ’ত স্বৰ্ণ জয় কৰি ভাৰতবাসীক গৌৰৱান্বিত কৰিছে৷ নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপনকাৰী এই প্ৰদৰ্শনৰ বাবে আমি তেওঁক অভিনন্দন জনাইছো৷”.

*****

AKT/KP/MS