Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুৰুষৰ ট্ৰিপল জাম্পত স্বৰ্ণ জয়ী অৰ্পিন্দৰ সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্টাদশ এছিয়ান গেমছত পুৰুষৰ ট্ৰিপল জাম্পত স্বৰ্ণ পদক জয় কৰা অৰ্পিন্দৰ সিঙক অভিনন্দন জ্ঞাপন কৰে৷

“প্ৰতিভাৱান আৰু কঠোৰ পৰিশ্ৰমী অৰ্পিন্দৰ সিঙে পুৰুষৰ ট্ৰিপল জাম্পত স্বৰ্ণ পদক জয় কৰিছে৷ তেওঁৰ এই প্ৰদৰ্শনত প্ৰতিগৰাকী ভাৰতীয় আজি অত্যন্ত সুখী৷”,—প্ৰধানমন্ত্ৰীয়ে কয়৷

*****

AKT/KP/MS