পি এম ইণ্ডিয়া
কমনৱেলথ গেমছত ব্ৰঞ্জ পদক জয় কৰা ভাৰোত্তোলক বিকাশ ঠাকুৰক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷
তেওঁ কয়—‘আন এক সাফল্যৰ বাবে আমাৰ ভাৰোত্তোলকসকলক ধন্যবাদ৷ পুৰুষৰ ৯৪ কেজি ইভেণ্টত ব্ৰঞ্জ জয় কৰাৰ বাবে বিকাশ ঠাকুৰলৈ অভিনন্দন৷ সকলো ভাৰতীয়ৰ মুখলৈ আপুনি আজি হাঁহি কঢ়িয়াই আনিছে৷’
***
AKT/AP/MS
More glory thanks to our weightlifters. Congratulations Vikas Thakur for the Bronze in the men's 94kg event. You have brought smiles on the faces of all Indians: PM @narendramodi #GC2018 pic.twitter.com/IDM7JVSoeF
— PMO India (@PMOIndia) April 8, 2018