পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে প্ৰকৃতি, পৰিৱেশ আৰু সমগ্ৰ সৃষ্টিৰ প্ৰতি সন্মান প্ৰদৰ্শন আমাৰ অস্তিত্বৰ মূল আধাৰ। এখন সুস্থ, সমৃদ্ধিশালী আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাত প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা আৰু নিঃস্বাৰ্থ সেৱাৰ মনোভাৱেৰে অংশগ্ৰহণ কৰিবলৈ তেওঁ সকলোৰে প্ৰতি আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰিছে –
“शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु।
शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः॥”
সুভাশিতমত এই বুলি কোৱা হৈছে যে সৃষ্টিৰ আদিৰেপৰা শ্ৰদ্ধা কৰি অহা দ্যুলোক অর্থাৎ স্বৰ্গ বা আকাশ আৰু পৃথিৱী আমাৰ বাবে সদায় শুভ হওক। পৃথিৱী আৰু সূৰ্যৰ মাজৰ স্থানটো আমাৰ জীৱনৰ বাবে উপকাৰী আৰু আলোকিত হৈ ৰওক। সকলো ঔষধি বনৌষধি আৰু বনজ উদ্ভিদে আমাক স্বাস্থ্য, পুষ্টি আৰু সুখ প্ৰদান কৰক। পৃথিৱীৰ সৰ্বত্ৰ বিদ্যমান আৰু বিজয়ী ভগৱানে আমাক সদায় কল্যাণ, শান্তি আৰু সমৃদ্ধি প্ৰদান কৰক।
এক্স-ত প্ৰধানমন্ত্ৰীয়ে লিখিছে;
“প্ৰকৃতি, পৰিৱেশ আৰু সকলো সৃষ্টিৰ প্ৰতি সন্মান আমাৰ অস্তিত্বৰ মূল বিষয়। আহক আমি সম্পূৰ্ণ কৃতজ্ঞতা আৰু সেৱাৰ মনোভাৱেৰে এখন সুস্থ, সমৃদ্ধিশালী আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাত সহযোগ কৰো।
शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु।
शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः॥”
प्रकृति, पर्यावरण और समस्त सृष्टि का सम्मान हमारे अस्तित्व के मूल में है। आइए, हम इनके प्रति पूरी कृतज्ञता और सेवाभाव के साथ एक स्वस्थ, समृद्ध और सशक्त राष्ट्र के निर्माण में सहभागी बनें।
शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु।
शं न ओषधीर्वनिनो भवन्तु शं नो… pic.twitter.com/ADTJB24cLv
— Narendra Modi (@narendramodi) July 30, 2026
*****
MJPS/SS/ST/NB