পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ অতুলনীয় আন্তঃগাঁথনিৰ পৰিৱেশ গঢ় দিয়া বিভিন্ন বিকাশ আৰু উন্নয়নৰ পদক্ষেপ সম্বন্ধীয় এলানি প্ৰবন্ধ, গ্রাফিক্স, ভিডিঅ’ আৰু তথ্য শ্বেয়াৰ কৰিছে৷
প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয় :
“#9YearsOfGatiAndPragati (গতি আৰু প্ৰগতিৰ ৯ বছৰ) ত আমি ভাৰতৰ বৃদ্ধি আৰু উন্নয়নৰ শিপাক লালন-পালন কৰিলোঁ, অতুলনীয় আন্তঃগাঁথনিৰ পৰিৱেশ গঢ় দিলোঁ। প্ৰতিটো খণ্ডই দ্ৰুত উন্নতিৰ সাক্ষী হৈছে, এক উন্নত ভাৰতৰ বাবে মঞ্চ তৈয়াৰ কৰিছে।”
In #9YearsOfGatiAndPragati, we nurtured the roots of growth and development in India, shaping an infrastructure landscape that is unparalleled. Every sector has witnessed swift advancement, setting the stage for a developed India. https://t.co/xhiIDxQ8OK
— Narendra Modi (@narendramodi) June 15, 2023
***