Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰতিষ্ঠা দিৱসত মণিপুৰবাসীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

উত্তৰ-পূবৰ এই ৰাজ্যখনৰ নিৰন্তৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰাৰ্থনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে এইদৰেঃ

“মণিপুৰৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা জনাইছোঁ। মণিপুৰে ভাৰতৰ প্ৰগতিত এক শক্তিশালী অৱদান আগবঢ়াইছে। আমি ৰাজ্যখনৰ সংস্কৃতি আৰু পৰম্পৰাক লৈ গৌৰৱ কৰো। মই মণিপুৰৰ নিৰন্তৰ উন্নয়নৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।”

*********

DS/RT/KG