Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰতিষ্ঠা দিৱস উপলক্ষে নাগালেণ্ডবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা


নাগালেণ্ডৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নাগালেণ্ডবাসীক শুভেচ্ছা জনাইছে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “প্ৰতিষ্ঠা দিৱস উপলক্ষে নাগালেণ্ডবাসীক মই শুভেচ্ছা জনাইছো। এইখন ৰাজ্য অপৰিসীম প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰিশ্ৰমী নাগৰিকৰে সমৃদ্ধ। মই প্ৰাৰ্থনা জনাওঁ যে অনাগত সময়ত এই ৰাজ্যখনে উন্নয়নৰ নতুন শিখৰত উপনীত হওঁক।”

*****

AKT/NT/DB