Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰদূষণ আৰু ঘূৰ্ণীবতাহক লৈ এক বৈঠকত অধ্যক্ষতা প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰদূষণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে এক বৈঠকত অধ্যক্ষতা কৰে৷

তেওঁ লগতে পশ্চিম ভাৰতত ঘূৰ্ণীবতাহৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰো পৰ্যালোচনা কৰে৷

 

****

VRRK/KP/DB