Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ চত্তিছগড়ৰ মুখ্যমন্ত্ৰীৰ


চত্তিছগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাইয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছেঃ

“চত্তিছগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী @vishnudsai য়ে প্ৰধানমন্ত্ৰী @narendramodi ক সাক্ষাৎ কৰে।”

 

 

***

MJPS/PRK/HS