Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়ে


আজি নতুন দিল্লীত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী শ্ৰী মাণিক সাহাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে;

“ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী  ডাঃ মাণিক সাহাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক   সাক্ষাৎ কৰে।”

************

MJPS/SS/ST/DM