Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীক সাক্ষাৎ আমেৰিকাৰ চৰকাৰী দক্ষতা বিভাগৰ মুৰব্বীৰ

প্ৰধানমন্ত্ৰীক সাক্ষাৎ আমেৰিকাৰ চৰকাৰী দক্ষতা বিভাগৰ মুৰব্বীৰ


আমেৰিকাৰ চৰকাৰী দক্ষতা বিভাগৰ মুৰব্বী তথা টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
 

প্ৰধানমন্ত্ৰী আৰু ইলন মাস্কে উদ্ভাৱন, মহাকাশ অন্বেষণ, কৃত্ৰিম বুদ্ধিমত্তা, আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকৰ আলোচনাত উদীয়মান প্ৰযুক্তি, উদ্যোগীকৰণ আৰু সুশাসনৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ সুযোগৰ বিষয়েও স্থান পায়। বৈঠকত মাস্কৰ সৈতে পৰিয়ালৰ সদস্যসকলো উপস্থিত থাকে।

***

MJPS/SR/MS