পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ লোকসভা সাংসদ শ্ৰী তেজস্বী সূৰ্য্যৰ ‘আয়ৰনমেন চেলেঞ্জ’ সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰে।
শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছে:
প্ৰশংসনীয় কাৰ্য!
মই নিশ্চিত যে ইয়ে বহুতো যুৱক-যুৱতীক ফিটনেছ সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে অনুপ্ৰাণিত কৰিব।
MJPS/SR
Commendable feat!
— Narendra Modi (@narendramodi) October 27, 2024
I am sure this will inspire many more youngsters to pursue fitness related activities. https://t.co/zDTC0RtHL7