Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে আৰ এছ এছৰ ১০০ বছৰক প্ৰতিফলিত কৰি প্ৰকাশ কৰিলে তেওঁৰ চিন্তাধাৰা


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১৯২৫ চনত বিজয়া দশমীৰ দিনা সমাজ সেৱা আৰু দেশ গঠনত অৰিহণা যোগোৱাৰ দৃষ্টিভংগীৰে প্ৰতিষ্ঠা হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী সন্দৰ্ভত এক প্ৰবন্ধৰ জড়িয়তে  নিজৰ চিন্তাধাৰা  ব্যক্ত কৰে।

এক্সৰ পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

“বিজয়া দশমীৰ দিনা, এশ বছৰৰ আগতে সমাজ সেৱা আৰু জাতি গঠনৰ দিশত কাম কৰাৰ লক্ষ্যৰে আৰ এছ এছৰ জন্ম হৈছিল ।এশ বছৰতকৈও অধিক সময়ৰ ভিতৰত অগণন স্বয়ংসেৱকে এই দৃষ্টিভংগী পূৰণৰ দিশত নিজৰ জীৱন উচৰ্গা কৰিছিল।এই সম্পৰ্কে মোৰ চিন্তাধাৰা শব্দৰে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো…

https://www.narendramodi.in/100-years-of-service-to-the-nation

“आज से 100 साल पहले विजयादशमी के दिन ही समाज सेवा और राष्ट्र निर्माण के उद्देश्य से राष्ट्रीय स्वयंसेवक संघ की स्थापना हुई थी। लंबे कालखंड के दौरान असंख्य स्वयंसेवकों ने इस संकल्प को साकार करने के लिए अपना जीवन समर्पित कर दिया। इसे लेकर मैंने अपने विचारों को शब्दों में ढालने का प्रयास किया है…
https://nm-4.com/ZRtXAu

 

***

MJPS/SR/DM