Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি জনায়

প্ৰধানমন্ত্ৰীয়ে ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিমানবন্দৰত ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি জনায়।

এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ

“মোৰ ভ্ৰাতৃ তথা ইউএই-ৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি জনাবলৈ বিমানবন্দৰলৈ যাওঁ। তেওঁৰ এই ভ্ৰমণে ভাৰত-ইউএই ৰ গভীৰ বন্ধুত্বৰ প্ৰতি তেওঁৰ গুৰুত্ব আৰোপৰ মনোভাৱকে প্ৰতিফলিত কৰিছে। মই আমাৰ আলোচনাৰ বাবে আগ্ৰহী হৈ উঠিছো।

@MohamedBinZayed”

****

MJPS/SR/SB