পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে ভাৰতক এখনি উন্নত দেশ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সম্পূৰ্ণৰূপে সংগতিপূৰ্ণ ঐতিহাসিক ভাৰত-ইইউ মুক্ত বাণিজ্য চুক্তি বিষয়ত লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে। শ্ৰী মোদীয়ে কয়, “তেওঁ চৰকাৰে বজাৰ সম্প্ৰসাৰণ, নিয়োগ সৃষ্টি আৰু ভাৰতৰ মূল স্বাৰ্থৰাজিক সুৰক্ষিত কৰা এখনি ৰূপান্তৰশীল চুক্তি সম্পন্ন কৰা সন্দৰ্ভত আলোকপাত কৰিছে।”
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেলে এক্স-ত কৰা এটা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে এইদৰে কয়ঃ
“অৱশ্য-পঠনীয় প্ৰবন্ধটোত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @PiyushGoyal-এ ভাৰতক এখনি উন্নত দেশ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰ সৈতে সম্পূৰ্ণৰূপে সংগতিপূৰ্ণ ঐতিহাসিক ভাৰত-ইইউ মুক্ত বাণিজ্য চুক্তি বিষয়ত লিখিছে।
তেওঁ চৰকাৰে বজাৰ সম্প্ৰসাৰণ, নিয়োগ সৃষ্টি আৰু ভাৰতৰ মূল স্বাৰ্থৰাজিক সুৰক্ষিত কৰা এখনি ৰূপান্তৰশীল চুক্তি সম্পন্ন কৰা সন্দৰ্ভত আলোকপাত কৰিছে।“
In this must-read article, Union Minister Shri @PiyushGoyal writes about the historic India-EU Free Trade Agreement that fully aligns with the vision of making India a developed country.
He highlights that the government has delivered a transformative agreement that expands… https://t.co/8qn84Ppt2H
— PMO India (@PMOIndia) January 30, 2026
****
MJPS/VJ/SB