Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

বাপুৰ অহিংসা বাৰ্তা সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে সংস্কৃত সুভাশিতম শ্বেয়াৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মানৱতাৰ সুৰক্ষাৰ বাবে বাপুৰ অহিংসা নীতি সন্দৰ্ভত আলোকপাত কৰি সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰেঃ

‘अहिंसा परमो धर्मस्तथाऽहिंसा परन्तपः।

अहिंसा परमं सत्यं यतो धर्मः प्रवर्तते॥

সুভাশিতমত কোৱা হৈছে যে অহিংসা হৈছে সৰ্বোচ্চ কৰ্তব্য, অহিংসা হৈছে সৰ্বোচ্চ তপস্যা। অহিংসা হৈছে চূড়ান্ত সত্য, যাৰ পৰা সকলো ধৰ্মৰ উৎপত্তি হয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘পূজ্য বাপুৱে সদায় মানৱতা সুৰক্ষাৰ অৰ্থে অহিংসা নীতিত গুৰুত্ব আৰোপ কৰিছিল, যিয়ে অস্ত্ৰ অবিহনে পৃথিৱীলৈ পৰিবৰ্তন আনিব পাৰে।

अहिंसा परमो धर्मस्तथाऽहिंसा परन्तपः।

अहिंसा परमं सत्यं यतो धर्मः प्रवर्तते॥

***

MJPS/VJ/NB