Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক


মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এই বিষয়ে  পোষ্ট কৰিছে:

“মেঘালয়ৰ মুখ্যমন্ত্ৰী শ্ৰী @SangmaConrad ডাঙৰীয়াই প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”

*****

MJPS/VJ/DM