পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টোবাগোৰ প্ৰধানমন্ত্ৰী মহামহিম কমলা প্ৰসাদ-বিছেছৰে আয়োজন কৰা পৰম্পৰাগত নৈশ ভোজত ভাগ লয়। ইয়াত প্ৰধানমন্ত্ৰীগৰাকীক সোহাৰী পাতত খাদ্য গ্ৰহণ কৰিবলৈ দিয়া কাৰ্য্যই ত্ৰিনিদাদ আৰু টোবাগোৰ জনসাধাৰণৰ বাবে বিশেষকৈ ইয়াৰ ভাৰতীয় মূলৰ জনসাধাৰণৰ বাবে গভীৰ সাংস্কৃতিক তাৎপৰ্য্য বহন কৰিছে।
এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ-বিছেছৰে আয়োজন কৰা নৈশ ভোজত সোহাৰী পাতত খাদ্য গ্ৰহণৰ ব্যৱস্থা কৰা হয়। এই কাৰ্য্যই ত্ৰিনিদাদ আৰু টোবাগোৰ জনসাধাৰণৰ বাবে বিশেষকৈ ইয়াৰ ভাৰতীয় মূলৰ লোকসকলৰ বাবে গভীৰ সাংস্কৃতিক তাৎপৰ্য্য বহন কৰিছে। ইয়াত প্ৰায়ে উৎসৱ-পাৰ্বণ আৰু আন-আন বিশেষ উপলক্ষত এই পাতত খাদ্য পৰিবেশন কৰা হয়।”
The dinner hosted by Prime Minister Kamla Persad-Bissessar had food served on a Sohari leaf, which is of great cultural significance to the people of Trinidad & Tobago, especially those with Indian roots. Here, food is often served on this leaf during festivals and other special… pic.twitter.com/KX74HL44qi
— Narendra Modi (@narendramodi) July 4, 2025
***********
MJPS/ST/SB