পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হোলী উপলক্ষ্যে দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ ৰং আৰু আনন্দৰ এই উৎসৱে যাতে সকলোৰে জীৱনলৈ সুখ, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনে তাৰেই কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে হোলী উৎসৱে সমগ্ৰ পৰিবেশ নতুন শক্তিৰে ভৰাই তোলে, যি এই উৎসৱৰ সৰ্বশ্ৰেষ্ঠ বিশেষত্ব। তেওঁ উল্লেখ কৰে যে উৎসৱৰ সময়ত সুখৰ জীপাল ৰঙে সকলোকে আনন্দ আৰু উদযাপনৰ মনোভাৱত ডুবাই ৰখা দেখা পোৱা যায়।
প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষ্যে এটা সংস্কৃত সুভাষিতম আগবঢ়াইছে-
उद्भिन्नस्तबकावतंससुभगाः प्रे खन्मरुन्नर्तिताः
पुष्पोद्गीर्णपरागपांशुललसत्पत्रप्रकाण्ड त्विषः।
गम्भीरक्रमपञ्चमोन्मदपिकध्वानोच्छलद्गीतयः
प्रत्युज्जीवितमन्मथोत्सव इव क्रीडन्त्यमू भूरुहः॥
এই শুভাষিতমে বুজাইছে যে বসন্তৰ বতাহৰ মন্ত্ৰমুগ্ধ কৰা নৃত্যৰ তালত ফুলি উঠা ধুনীয়া পদুম ফুলৰ দৰে, প্ৰাণৱন্ত ৰং আৰু সুগন্ধিৰে সজ্জিত, প্ৰেমৰ গৌৰৱময় উদযাপন উচ্ছলভাবে উজলি উঠে, এয়া জীৱনক জাগ্ৰত কৰিব পৰা আনন্দময় সুৰেৰে ভৰা।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে লিখিছে;
” সকলো দেশবাসীলৈ হোলীৰ শুভেচ্ছা জনালোঁ । ৰং আৰু উচাহৰ এই উৎসৱে সকলোৰে বাবে আনন্দ কঢ়িয়াই আনক। সকলোৰে জীৱন সুখ, সমৃদ্ধি, সফলতাৰ ৰঙেৰে ভৰি পৰক , এয়াই মোৰ কামনা।”
सभी देशवासियों को होली की अनंत शुभकामनाएं। रंग और उमंग से भरा यह त्योहार सबके लिए खुशियों की बहार लेकर आए। हर किसी के जीवन में सुख-समृद्धि और सफलता के रंगों की बौछार हो, यही कामना है।
— Narendra Modi (@narendramodi) March 4, 2026
************
MJPS/ST/DM

होली का त्योहार पूरे माहौल में नई ऊर्जा भर देता है। यही इस उत्सव की बड़ी विशेषता है। हर तरफ जिस प्रकार खुशियों के रंग बिखरे नजर आते हैं, वो हर किसी को उल्लास और आनंद से सराबोर कर जाता है।
— Narendra Modi (@narendramodi) March 4, 2026
उद्भिन्नस्तबकावतंससुभगाः प्रे खन्मरुन्नर्तिताः
पुष्पोद्गीर्णपरागपांशुललसत्पत्रप्रकाण्ड… pic.twitter.com/5EmaAH5mNV