পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পাহাৰপুৰ গাঁৱৰ এটা দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দক্ষতা বিকাশ খণ্ডৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু তেওঁ গাঁৱৰ উন্নয়ন যাত্ৰা ত্বৰান্বিত কৰিছে।
শ্ৰী মোদীয়ে কয় যে যুৱক-যুৱতীসকলক এনে দক্ষতাৰে সৱলীকৰণ কৰা হৈছে, যিয়ে তেওঁলোকৰ বাবে সুযোগ আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন পথ মুকলি কৰে।
শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত কয়;
“পাহাৰপুৰ গাঁৱৰ এটা দক্ষতা বিকাশ কেন্দ্ৰ পৰিদৰ্শন কৰিলোঁ। ৰাষ্ট্ৰপতিয়ে এই অঞ্চলত কেনেদৰে মনোনিৱেশ কৰি নিজৰ গাঁৱৰ উন্নয়ন যাত্ৰা ত্বৰান্বিত কৰিছে সেয়া উল্লেখযোগ্য।
শিক্ষণ দক্ষতাই আমাৰ যুৱক-যুৱতীসকলৰ বাবে সুযোগ আৰু আত্মনিৰ্ভৰশীলতাৰ নতুন পথ মুকলি কৰা দেখি সন্তোষ লাভ কৰিছোঁ।
@rashtrapatibhvn”
Visited a Skilling Centre in Pahadpur village. It is noteworthy how Rashtrapati Ji has focused on this sector and added momentum to her village’s development journey.
It is heartening to see our youth being equipped with skills that open new avenues of opportunity and… pic.twitter.com/Xl9DzgQOdC
— Narendra Modi (@narendramodi) June 20, 2026
*****
MJPS/SS/ST/KD

ପାହାଡ଼ପୁର ଗାଁର ଦକ୍ଷତା ବିକାଶ କେନ୍ଦ୍ର ପରିଦର୍ଶନ କଲି । ରାଷ୍ଟ୍ରପତି ଜୀ ଏହି କ୍ଷେତ୍ର ପ୍ରତି ଧ୍ୟାନ କେନ୍ଦ୍ରିତ କରିବା ଏବଂ ତାଙ୍କ ଗାଁର ବିକାଶ ଯାତ୍ରାକୁ ତ୍ୱରାନ୍ୱିତ କରିବା ଅତ୍ୟନ୍ତ ପ୍ରଶଂସନୀୟ ।
— Narendra Modi (@narendramodi) June 20, 2026
ଏହା ଅତି ଖୁସିର ବିଷୟ ଯେ ଆମର ଯୁବପିଢ଼ି ଏପରି କୌଶଳ ଶିଖୁଛନ୍ତି ଯାହା ସେମାନଙ୍କ ପାଇଁ ସୁଯୋଗ ଓ ଆତ୍ମନିର୍ଭରଶୀଳତାର ନୂତନ… pic.twitter.com/AoPBwg6pI4