Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে সংস্কৃত সুভাশিতম্ শ্বেয়াৰ কৰি দৃঢ়তাৰে কয় যে নিৰন্তৰ প্ৰচেষ্টা হৈছে সফলতাৰ প্ৰকৃত চাবি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰিছেঃ

“नानाश्रान्ताय श्रीरस्तीति रोहित शुश्रुम।

पापो नृषद्वरो जन इन्द्र इच्चरतः सखा चरैवेति॥”

সুভাশিতমে গুৰুত্ব আৰোপ কৰে যে নিৰন্তৰ প্ৰচেষ্টা হৈছে সফলতাৰ প্ৰকৃত চাবি। জীৱনত কেৱল সেইগৰাকী ব্যক্তিয়েহে নিজৰ লক্ষ্যত উপনীত হয় যিয়ে ধৈৰ্য্য, সংকল্প আৰু আত্মবিশ্বাসৰে আগবাঢ়ি যায়।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;

নিৰন্তৰ প্ৰচেষ্টা হৈছে সফলতাৰ প্ৰকৃত চাবি। জীৱনত সেইগৰাকী ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হয়, যিয়ে ধৈৰ্য্য, সংকল্প আৰু আত্মবিশ্বাসৰে আগবাঢ়ি যায়।

नानाश्रान्ताय श्रीरस्तीति रोहित शुश्रुम।

पापो नृषद्वरो जन इन्द्र इच्चरतः सखा चरैवेति॥

***

MJPS/SS/VJ/MK