Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে সন্ত নিৰঞ্জন দাস জীক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ জয়ন্তী  উপলক্ষ্যে ডেৰা সচখণ্ড বাল্লানত সন্ত নিৰঞ্জন দাস জীক সাক্ষাৎ কৰে।”শেহতীয়াকৈ তেওঁক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে, সমাজৰ প্ৰতি তেওঁৰ প্ৰেৰণাদায়ক সেৱাৰ স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়োৱা হৈছে”, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  পোষ্ট কৰিছে:

“শ্ৰী গুৰু ৰবিদাস মহাৰাজ জীৰ জয়ন্তী উপলঘ্যে ডেৰা সচখণ্ড বাল্লানত সন্ত নিৰঞ্জন দাস জীক লগ পোৱাটো অতি বিশেষ মুহূৰ্ত  আছিল।”

শেহতীয়াকৈ তেওঁক সমাজৰ প্ৰতি তেওঁৰ প্ৰেৰণাদায়ক সেৱাৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে  ।”

 

****

MJPS/VJ/DM