Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে হনুমান জয়ন্তীত জনসাধাৰণক শুভেচ্ছা জনায়


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হনুমান জয়ন্তীৰ পৱিত্ৰ উপলক্ষত জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে।

এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;

“আপোনালোক সকলোকে হনুমান জয়ন্তীৰ অশেষ শুভকামনা। এই পৱিত্ৰ পৰ্বত ভগৱান হনুমানৰ চৰণত বন্দনাৰ লগতে মই প্ৰতিজনৰ কল্যাণৰ কামনা কৰিছো।”

**********

DS/ST