Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়েপুনৰীক্ষণকৰিলেকৰ’নাভাইৰাছৰবিৰুদ্ধেপ্ৰস্তুতিপ্ৰক্ৰিয়া


প্ৰধানমন্ত্ৰীশ্ৰীনৰেন্দ্ৰমোদীয়ে চিঅ’ভিআইডি-১৯ ন’ভেলকৰ’নাভাইৰাছৰবিৰুদ্ধেপ্ৰস্তুতিপ্ৰক্ৰিয়াৰপুনৰীক্ষণকৰে৷ ‘‘চিঅ’ভিআইডি-১৯ ন’ভেলকৰ’নাভাইৰাছৰবিৰুদ্ধেব্যাপকপ্ৰস্তুতিপ্ৰক্ৰিয়াসম্পন্নকৰিলো৷ বিভিন্নমন্ত্ৰালয়আৰুৰাজ্যসমূহেসহযোগিতাৰেকামকৰিকৰিআছে৷ যিসকললোকেভাৰতৰবাহিৰৰপৰাদেশতউপস্থিতহৈছেআৰুতেওঁলোকৰনিৰীক্ষণপ্ৰক্ৰিয়াআৰুচিকিৎসাসেৱাপ্ৰদানৰকামঅব্যাহতআছে৷ চিন্তাকৰাৰকোনোকাৰণনাই৷ আমিসকলোৱেএকত্ৰিতহৈকামকৰিবলাগিব, নিজকেসুৰক্ষাপ্ৰদানৰবাবেসৰুকিন্তুগুৰুত্বপূৰ্ণপদক্ষেপগ্ৰহণকৰিবলাগিব’’, প্ৰধানমন্ত্ৰীয়েএইদৰেকয়৷

VRRK/ VJ/MANN