Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেইখ খালিফা বিন জায়েদ অল নাহিয়ানক পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইউএইৰ ৰাষ্ট্ৰপতি শ্ৰীমান শ্বেইখ খালিফা বিন জায়েদ অল নাহিয়ানক পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷

“ইউএইৰ ৰাষ্ট্ৰপতি শ্ৰীমান শ্বেইখ খালিফা বিন জায়েদ অল নাহিয়ানক পুনৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছো৷ মই বিশ্বাসী যে তেওঁৰ গতিশীল আৰু দূৰদৰ্শী নেতৃত্বৰ অধীনত আমাৰ বন্ধুত্ব আৰু ব্যাপক কৌশলগত অংশীদাৰিত্ব অধিক বৃদ্ধি আৰু প্ৰসাৰিত হ’ব৷”—প্ৰধানমন্ত্ৰীয়ে কয়৷

***

VRRK/SH/MS