পি এম ইণ্ডিয়া
জলশক্তি অভিযান
আজি মন কী বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জলশক্তি অভিযানে জনাসাধাৰণৰ সুন্দৰ সহযোগিতাৰ মাজেৰে ক্ষীপ্ৰতা লাভ কৰাৰ উপলিও সফলতাৰ ন ন শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ কিছু সফল তথা উদ্ভাৱনীয়তামূলক জল সংৰক্ষণ ব্যৱস্থাৰ বিষয়েও উল্লেখ কৰে তেওঁৰ এই জনপ্ৰিয় অনুষ্ঠানত।
প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ জালোৰ জিলাৰ বিষয়ে উল্লেখ কৰি কয়, “ৰাজস্থানৰঝালোৰজিলাৰকথাইলক্ষ্যকৰক- ইয়াৰদুটাপ্ৰাচীনকুঁৱাপৰিত্যক্তহৈপৰিছিল৷ তাৰপিছতকিহ’ল? ভদ্ৰায়ুআৰুথানৱালাপঞ্চায়তৰশতাধিকলোকে ‘জলশক্তিঅভিযান’ৰঅধীনতইয়াকপুনৰুজ্জীৱিতকৰাৰদায়িত্বগ্ৰহণকৰিলে৷ বাৰিষাৰপূৰ্বেইজনতাইএইকুঁৱাদুটাপৰিষ্কাৰকৰাৰঅভিযানতনামিপৰিল৷ এইঅভিযানৰবাবেকোনোবাইশ্ৰমদানকৰিলে, কোনোবাইধনদানকৰিলে৷ আৰুইয়াৰপৰিণামস্বৰূপেএইকুঁৱাআজিসেইঅঞ্চলৰজীৱনৰেখাহৈপৰিল৷
ঠিকএনেএককাহিনীউত্তৰপ্ৰদেশৰবাৰাবংকীৰোআছে৷ ইয়াৰ ৪৩ হেক্টৰজোৰাসাৰাহীজুৰিবিপন্নহোৱাৰঅন্তিতপ্ৰান্ততউপনীতহৈছিল৷ কিন্তুগ্ৰামবাসীয়েনিজৰসংকল্পশক্তিৰদ্বাৰাইয়াকনতুনজীৱনপ্ৰদানকৰিলে৷ এনেএকবৃহৎ অভিযানৰপথততেওঁলোকেকোনোবাধাউৎপন্নহ’বলৈনিদিলে৷ এখনৰপিছতএখনকৈবহুকেইখনগাঁওএইঅভিযানৰসৈতেজড়িতহৈপৰিল৷ তেওঁলোকেএইজুৰিৰচাৰিওফালেএকমিটাৰওখবান্ধনিৰ্মাণকৰিলে৷ এতিয়াজুৰীতপানীয়েসচ্চলগতিলাভকৰাৰলগতেপক্ষীৰকলৰৱেওঅঞ্চলটোমুখৰিতকৰিতুলিছে৷
প্ৰধানমন্ত্ৰীয়ে জলসঞ্চয়আৰুজলসংৰক্ষণৰওপৰতহোৱাপ্ৰয়াস, নিজৰঅথবাওচৰে-পাজৰেহোৱাএনেপ্ৰয়াসৰবিষয়েআলোকচিত্ৰঅথবাভিডিঅ’ #জলশক্তিফ’ৰইণ্ডিয়া (#jalshakti4India), লৈ প্ৰেৰণ কৰিবলৈ দেশবাসীক আহ্বান জনায়।
জলশক্তি অভিযান – ই হৈছে জল সংৰক্ষণ আৰু জল সুৰক্ষাৰ বাবে ২০১৯ চনৰ জুলাই মাহত মুকলি কৰা এক বিশেষ অভিযান। এই অভিযানৰ যোগেদি জল সংকটত থকা বিভিন্ন জিলা বা খণ্ডসম ূহৰ ওৰত বি শেষ গুৰুত্ব প্ৰদান কৰা হয়।
*****
VRRK/AK/RD